বৃক্ক বা কিডনী কি? ই কেনেকৈ কাম কৰে? | Kidney Function and Structure in Assamese
Disclaimer: এই প্ৰবন্ধটো কেৱল সজাগতা আৰু শিক্ষাৰ বাবেহে প্ৰস্তুত কৰা হৈছে।আমাৰ শৰীৰটোক এটা জটিল মেচিন বুলি ক'ব পাৰি। এই মেচিনটো অহৰহ চলি থাকিবলৈ যিদৰে ইন্ধন বা খাদ্যৰ প্ৰয়োজন, ঠিক সেইদৰেই…
